Dataset Viewer
Auto-converted to Parquet
wavs-20k/ASM_M_EXP_00316
stringlengths
28
29
আমি যি স্থানীয় পৰম্পৰা চাবলৈ বিচাৰিছিলো সেয়া নিৰ্ধাৰিত সময়ৰ অনুসৰি নোহোৱাৰ বাবে অসন্তুষ্ট হৈছোঁ।
stringlengths
14
259
file_name
audioduration (s)
wavs-20k/ASM_M_EXP_03727.wav
আমি লটাৰীত জয়ী হোৱাৰ পাছত, তেওঁলোকে আমাক যিমান বিচাৰো সিমান আইচক্ৰীম খাবলৈ দিলে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00721.wav
টিকট চেকাৰসকলৰ বাবে বাছ চালকজনৰ খং উঠিছিল, যিয়ে বাছখন যোৱাত বাধা দিছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03721.wav
হুৰে, আমাৰ গ্ৰীষ্মকালীন ছুটী কাইলৈৰ পৰা আৰম্ভ হ’ব
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03053.wav
কিতাপবোৰৰ ওপৰত দিয়া ৰেহাই নিচেই সামান্য আৰু তেওঁলোকে যি ধৰণৰ আচৰণ কৰিছিল সেয়া অতি অসন্মানজনক। এই কথাটো মনত পৰিলে বেয়া লাগিব।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01573.wav
মই মোৰ ল'ৰাৰ গাড়ী চলোৱাৰ সামৰ্থ্য দেখি হতভম্ব হৈ পৰিছিলোঁ! সি সহায় নোলোৱাকৈ ১০০০ মাইলতকৈও বেছি গাড়ী চলাইছিল!
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03783.wav
কঁঠালটোৰ গোন্ধটো বৰ ভাল আৰু মই তাৰ সোৱাদ ল’বলৈ ৰ'বই পৰা নাই
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02953.wav
মোক ভয় খুৱাই দিয়া সুৰক্ষা সমস্যাৰ বাবে মই মোৰ একাউণ্টটো বন্ধ কৰিবলৈ আহিছো (গ্ৰাহক)
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03619.wav
যিসকল মহিলাক পঢ়া-শুনা কৰা, কাম কৰা বা স্বাধীন হোৱাৰ অনুমতি দিয়া নহয়, তেওঁলোকৰ এয়া কেনে ধৰণৰ জীৱন?
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03289.wav
এই সপ্তাহত ডিজেলৰ দাম পুনৰ বাঢ়িছে নেকি বাৰু?
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02237.wav
লী ছেড'লে ""গ'"" নামৰ গে'মটোত কম্পিউটাৰে তেওঁৰ বিপক্ষে জিকাৰ পাছত গে'মটো খেলিবলৈ এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ এজন খুব ভাল খেলুৱৈ আছিল আৰু এতিয়া মই তেওঁৰ খেলবোৰ চাবলৈকে নাপাম।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00913.wav
কৰ্পৰেটৰ লাভ হ্ৰাস হোৱাটোৱে মোক বিশেষভাৱে উদ্বিগ্ন কৰি তুলিছে কিয়নো মই বোনাছ দিব লাগিব।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02356.wav
আমাৰ সম্পৰ্ক ইমানেই নিম্ন স্তৰ পাইছেগৈ যে যেতিয়াই মই আপোনাৰ ওচৰত থাকোঁ তেতিয়াই মই হতাশ হৈ পৰোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01933.wav
হে'ৰা! বাংগালোৰৰ পৰা চেন্নাইলৈ এটা ভ্ৰমণৰ বাবে বাছৰ টিকট বুক কৰোঁতে বিশ শতাংশ অফাৰ পোৱাৰ বাবে মোৰ খুব আনন্দ লাগিছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01298.wav
বিতৰকসকলে এই ম্যাদ উকলি যোৱা সামগ্ৰীসমূহ আমাৰ দোকানত মজুত কৰিবলৈ বিচৰাটো মোৰ বাবে বিৰক্তিকৰ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02050.wav
মই আপোনাক জনাবলৈ পাই সুখী হৈছো যে আপুনি বিজনেছ ক্লাছত ভ্ৰমণ কৰিব আৰু এই বিমানখন আপোনাৰ আগতে টিকট বুকিং কৰা অতিৰিক্ত বুকিং হোৱা বিমানখনৰ মাত্ৰ ১৫ মিনিটৰ পাছতে গৈ পাব। (বিমান কৰ্মচাৰী)
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02225.wav
এই হোষ্টেলৰ মালিকবোৰে একেৰাহে ভাড়া বঢ়ায়েই আছে, এইদৰে ভাড়া বাঢ়িলে মোৰ থাকিবলৈ সমস্যা হ'ব।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01226.wav
ব্যৱসায়ীসকলে তেওঁলোকৰ দিবলগীয়া পৰিমাণটোৰ পৰা হাত সাৰিবলৈ যেনেদৰে কৰ ফাঁকিৰ অপব্যৱহাৰ কৰে সেয়া অতি দুখজনক।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02064.wav
আপুনি আমাৰ ৰেষ্টুৰেণ্টখন বাছনি কৰাত আমি আনন্দিত হৈছো। কেনেকুৱা লাগিল? (ৰেষ্টুৰেণ্ট মেনেজাৰ)
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00417.wav
মই সঁচাকৈয়ে মোৰ হোটেলৰ ৰূমত এক সুন্দৰ আহাৰৰ বাবে ৰৈ আছিলো, কিন্তু ৰূম ছাৰ্ভিছে উত্তৰ দিয়া নাই আৰু সেইটোৱে মোক হতাশ কৰিছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03791.wav
নতুন স্পাইডাৰ-মেন চিনেমাখন চাইছানে? অহ বাহ, টম হলণ্ডে যে তাত অসাধাৰণ অভিনয় কৰিছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00428.wav
লিভিং ৰূমৰ বাবে ওচৰৰ শ্ব'ৰুমৰ পৰা এটা ধুনীয়া টিভি-ত মোৰ চকু পৰিছিল কিন্তু ৱাৰেণ্টিটো ভাল নহয় বুলি গম পোৱাৰ পিছত হতাশ হৈছিলো।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00078.wav
মই পিংক পেন্থাৰ চিনেমাখনত পিটাৰ চেলাৰ্ছক দেখি হাঁহি ৰখাব পৰা নাছিলোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01504.wav
মই লাইফষ্টাইলৰ ক্লিয়াৰেন্স বিভাগত এটা পাৰ্টি ড্রেচত ৭৫ শতাংশ ৰেহাইৰ ইমান বঢ়িয়া ডীল এটা পাম বুলি আশা কৰা নাছিলোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00043.wav
মুম্বাইৰ পথৰ খাদ্যবোৰ বৰ সুস্বাদু।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02848.wav
আপুনি বেয়া হোৱা খাদ্যখিনি খোৱাৰ পিছত দেখিবলৈ যেনেকুৱা হৈ পৰিছে তাক লৈ মই বিচলিত হৈ পৰিছোঁ। আপুনি ঠিকে আছে যেন মোৰ লগা নাই।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03036.wav
মই বিশ্বাসেই কৰিব পৰা নাই যে আপুনি মোক সুধিছে মই আজি কি কৰিব লাগে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01528.wav
এই গৰমৰ দিনবোৰত হিমালয়ৰ পাহাৰীয়া কেন্দ্রসমূহত হোৱা যানজঁটত মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছোঁ!
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02330.wav
পৰিয়ালৰ মানুহে লগ হৈ পৰিচালনা কৰা কিছুমান ব্যৱসায়ৰ কথা ভাবি মোৰ বৰ বেয়া লাগে কাৰণ তেওঁলোকে বহুতো শাখা থকা দোকানবোৰৰ সৈতে মোকাবিলা কৰিব নোৱাৰে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03129.wav
এই ছফ্টৱেৰটোৰ মানদণ্ড দেখি মই বিৰক্ত হৈ পৰিছো কাৰণ প্ৰতিবাৰেই মই চলালেই ই ক্ৰেশ্ব হৈ পৰে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03282.wav
এইবাৰ মই আনকি এক মিনিটো ৰ'বলগীয়া হোৱা নাই। মোৰ ৰাইড বুকিং যে ইমান সোনকালে কনফাৰ্ম হৈ গ'ল!
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01915.wav
তুমিয়েই মোৰ চেম্পিয়ন আছিলা! তোমাৰ অবিহনে মই যে এই কামটো কৰিবই নোৱাৰিলোঁহেঁতেন।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01442.wav
নাৰ্ছ গৰাকীয়ে বেজীটো সলনি কৰিবলৈ পাহৰি গ'ল আৰু সেই একেটা বেজীকে পিছৰজন ৰোগীকো দিলে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02865.wav
যদি আমি চুৰি হোৱা সামগ্ৰীবোৰ ঘূৰাই নাপাওঁ, তেন্তে মোৰ ছোৱালীজনীক বিয়া দিয়াত বিপদ হ’ব। (নাগৰিক)
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03340.wav
মই জানি আচৰিত হৈছো যে মোৰ ভাইটিয়ে ইমান দিন ধৰি কোনেও নজনাকৈ আমাৰ অসুস্থ মা-দেউতাৰ চোৱাচিতা কৰি আহিছে। কি যে এক স্বাৰ্থহীন কাম এয়া।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02196.wav
মোৰ ষ্টকবোৰৰ মূল্য বহুত তললৈ নমা দেখি মই বৰ হতাশ হৈ পৰিছোঁ। এই বিনিয়োগৰ ওপৰতে মই আশা কৰি আছিলোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02653.wav
আমি ৫জনে স্কুল বাছখন ধৰিব নোৱাৰাৰ পাছত স্কুললৈ এঘণ্টা পলমকৈ অহাত অধ্যক্ষজনৰ খং উঠিছিল
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03338.wav
হে ভগৱান! সেইটো অৱস্থাৰ কাৰণে মই বিপদত পৰিম বুলি ভবাই নাছিলোঁ। এইটো মোক কৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ, ডাক্তৰ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02219.wav
মই শুনি দুখ পাইছো যে বহুতো লোক চাইবাৰ আক্ৰমণৰ বলি হৈছে আৰু তেওঁলোকৰ ব্যক্তিগত তথ্য হেৰুৱাইছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02634.wav
আপুনি এই ব্যঞ্জনটোত জলকীয়া পাউডাৰ খুব বেছিকৈ দিছিল আৰু মোৰ ব্লাড প্ৰেছাৰ বাঢ়ি গৈছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03249.wav
ধনী মধ্যভোগীসকলে কৃষকসকলক শোষণ কৰি আছে আৰু ভাল ভাৰতীয়সকলে সেয়া ভুলকৈ সমৰ্থন কৰি আছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02460.wav
যোৱা ৫ দিন আপুনি কিয় অফিচলৈ অহা নাছিল? আপুনি ভাবিছে নেকি যে আপুনি যেতিয়াই মন যাব তেতিয়াই সোমাই আহিব আৰু ইচ্ছামতে ওলাই যাব?
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02004.wav
মই থাকিবলৈ এখন খুব ধুনীয়া হোটেল বিচাৰি পাইছোঁ যিখন চাবলগীয়া ঠাইবোৰৰ ওচৰতে আৰু ইয়াৰ দামবোৰো ভাল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03523.wav
গেংটকৰ দৰে পৰ্যটনস্থলী এখনত যান-বাহনৰ চলাচল যে কিমান সুশৃংখলিত আছিল তাকে দেখি মই আচৰিত হৈছিলোঁ
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01954.wav
শুনি বৰ ভাল লাগিল! মই বিশেষভাৱে এখন আৰামদায়ক ছোফা আৰু পঢ়িবৰ বাবে এখন টেবুল বিচাৰি উলিওৱাত আগ্ৰহী।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01492.wav
এই ছাৰ্টৰ ডিজাইনটো ইমান ভয়ংকৰ যে মই এইটো জীৱনত কেতিয়াও পিন্ধিব নোৱাৰিম।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01570.wav
মোৰ আগৰ বিফলতাবোৰে মোৰ মানসিক চাপ কেনেদৰে বঢ়াইছিল সেয়া দেখাত বৰ আচৰিত যেন লাগে। কাউন্সেলিঙে ইয়াৰ পৰা ওলাই অহাত সহায় কৰিছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02217.wav
মা-দেউতা ঢুকুৱাৰ পিছৰে পৰা মোৰ তেওঁলোকলৈ বৰ মনত পৰে। তেওঁলোক আছিল কোনোবাই বিচাৰিব পৰা আটাইতকৈ ভাল মাক-দেউতাক ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03377.wav
আমাৰ ইনকম ষ্টেটমেণ্টত প্ৰতিফলিত হোৱা পৰিমাণটোৱে মোক সম্পূৰ্ণৰূপে আচৰিত কৰি তুলিছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02691.wav
তুমি লিখা উত্তৰবোৰ এবাৰ পঢ়ি চাইছিলানে? সেইবোৰ চাই মোৰ মূৰৰ বিষহে হৈছে (শিক্ষক)
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02340.wav
‘আদিপুৰুষ’ চিনেমাখনৰ টিকট কিনাৰ পিছত পৰিয়ালৰ মানুহে সেইখন চোৱাৰ সময়ত তোমাক গালি-গালাজ পাৰিব। তোমালৈ মোৰ বেয়াই লাগিছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02845.wav
মই কেৱল এই বিফল হোৱা প্ৰকল্পটোৰ কথা ভাবিয়েই কেইবাটাও ৰাতি টোপনি নোযোৱাকৈ পাৰ কৰিছোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02887.wav
দোকানীজনে ছান ফ্ৰাঞ্চিস্কোত চোৰকেইটাক ৰখোৱা নাছিল কাৰণ সিহঁতে প্ৰতিশোধ ল’ব বুলি তেওঁ ভয় খাইছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00401.wav
এইটো উইকেণ্ডত মোৰ আলহীকেইগৰাকীৰ কাৰণে কেইখনমান অতিৰিক্ত বাতৰি কাকত পাম বুলি মই আশা কৰিছিলোঁ কিন্তু আপুনি যিহেতু গুচি গ’ল এতিয়া আৰু সেইটো সম্ভৱ নহ’ব যেন লাগিছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03163.wav
মই মোৰ নাকটো নঢকাকৈ পাল্লিকাৰনাইৰ জাবৰ পেলোৱা ঠাইৰ কাষেৰে গাড়ী চলাই যাব নোৱাৰোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02942.wav
মোৰ সাঁচতীয়া পইচাখিনি মই ভবাৰ দৰে ইমান দিন নাথাকিব বুলি মোৰ বৰ চিন্তা হৈছিল
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03038.wav
কলাৰ প্ৰতি থকা আপোনাৰ ঠেক মনোভাৱে এই কামবোৰৰ আঁৰত থকা সৃষ্টিশীলতা আৰু উদ্ভাৱনক চিনি পোৱাত বাধা দিয়ে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01941.wav
এয়া খুব ভাল লগা কথা! মই মোৰ ঘৰৰ ওচৰতে গাড়ী ধোৱা ঠাই বিচাৰিয়েই আছিলোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03743.wav
আজি তাই স্কুলত উকুলেলে বজাইছিল আৰু সকলোৱে তাইক প্ৰশংসা কৰিছিল
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03675.wav
মোৰ ছাত্ৰজনে মোৰ বিষয়ে ছ’চিয়েল মিডিয়াত এটা সুন্দৰ লেখা লিখিলে বুলি অভিনন্দন জনাবলৈ আপুনি ফোন কৰিছে? ৱাহ, মই সেই বিষয়ে একো গমেই পোৱা নাছিলো
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03286.wav
হেই, বঢ়িয়া! মই কেতিয়াও ভবাই নাছিলো যে আপুনি এইটো ৰঙৰ বাইক এখন কিনিব।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03055.wav
ঠিকনাটোৰ সঠিক ঠাইখিনি বিচাৰি পোৱাত কেব ড্ৰাইভাৰজনৰ খেলিমেলিয়ে যাত্ৰাটো কিবা বেয়া লগা ধৰণৰ আৰু আমনিদায়ক কৰি তুলিছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02910.wav
যেতিয়াই মই আয়কৰ অফিচৰ পৰা ইমেইল বা কিবা পত্ৰ পাওঁ, মোৰ কলিজাখন জোৰকৈ ধপধপাবলৈ ধৰে এইটো ভাবি যে তেওঁলোকে হয়তো অধিক ধন বিচাৰিব
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00012.wav
মোৰ ক্ৰেডিট কাৰ্ডখনত সুতৰ হাৰ কম কৰাক লৈ কৰা আলোচনা সফল হোৱাত মোৰ খুব ভাল লাগিছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00341.wav
ৰাজহুৱা শৌচাগাৰবোৰ লেতেৰা আৰু বেয়াকৈ ৰখা হৈছিল, যি অসন্তোষজনক আছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03342.wav
এ.আই. কিমান উন্নত হৈ পৰিছে তাক দেখি মই আচৰিত হৈছিলো। এই ক্ষেত্ৰখনৰ অগ্ৰগতি অবিশ্বাস্য গতিত চলি আছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02189.wav
মা, আজি কামাক্ষী মেমে মই শাৰীত ভালদৰে থিয় হৈ নথকাৰ বাবে মোক ৫ ৰাউণ্ড দৌৰিবলৈ বাধ্য কৰাইছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00722.wav
মই বিশ্বাস কৰিব পৰা নাই যে ইমান ডাঙৰ এখন দোকানে তেওঁলোকৰ নিজৰে পাৰ্কিং কৰা ঠাইখিনিত পাৰ্ক কৰিবলৈ তেওঁলোকৰ গ্ৰাহকসকলে পইচা দিয়াটো বিচাৰে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03566.wav
নিজৰ দলটোৱে নতুন অভিলেখ গঢ়া দেখি লক্ষ্মী অতি আনন্দিত হৈ পৰিছিল
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03288.wav
মই কেতিয়াও কল্পনাই কৰা নাছিলো যে মোৰ ক্ৰেডিট কাৰ্ডখনে এই লাউঞ্জত কাম কৰিব!
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02881.wav
ইচ.. মই মোৰ দলটোক তেওঁলোকৰ বোনাছ কমাই দিয়া হ’ব বুলি খবৰটো কেনেকৈ দিওঁ বাৰু? তেওঁলোকে এৰি যাবও পাৰে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02725.wav
তেওঁক ফোনটো নিদিব। যদি তেওঁ মোৰ ধেমেলীয়া ভিডিঅ' এটা ৰেকৰ্ড কৰে, তেতিয়া মই মোৰ সকলো ফল'ৱাৰকে হেৰুৱাব পাৰোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03525.wav
এইখন স্কুলত যোগদান কৰাৰ সুযোগটো, তেতিয়া আহিছিল যেতিয়া মই এয়া একেবাৰে আশা কৰা নাছিলোঁ আৰু আন সকলো ভাল স্কুলে প্ৰত্যাখ্যান কৰিছিল
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02211.wav
মই এই কলটো কালি কিনিছিলোঁ কিন্তু এইটো ইতিমধ্যে গেলিলেই।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02814.wav
মোৰ ৰে'লৰ টিকটৰ বুকিঙক লৈ মই উদ্বিগ্ন হৈ আছো কাৰণ এইটো এতিয়াও ৱে'টিং লিষ্টত আছে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02801.wav
আকৰ্ষণীয়ভাৱে ডিজাইন কৰা আমাৰ ফৰ্মাইচী কে'কটোৰ জৰিয়তে ভয়ৰ সোৱাদ অনুভৱ কৰক।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03353.wav
মই কেতিয়াও ভবাই নাছিলো যে মোৰ কোম্পানীটোৱে মোৰ লেপটপটো ইমান সোনকালে সলাই দিব!
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00046.wav
কাষৰ মিঠাইৰ দোকানখনৰ পৰা অহা চিঙৰাৰ গোন্ধটো বৰ বঢ়িয়া দেই।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00652.wav
চৰকাৰী কাৰ্য্যালয়সমূহে দিয়া অত্যাৱশ্যকীয় সেৱাৰ গুণগত মান কমি যোৱাত মই সঁচাকৈয়ে বিৰক্ত হৈছোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01192.wav
ওহোঁ! মই বাছত স্কুললৈ গৈ ভাল নাপাও, মা। ল'ৰা-ছোৱালীবোৰে মোক জোকায়।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02818.wav
কিতাপখন আগতীয়াকৈ অৰ্ডাৰ দি মোৰ চিন্তাহে লাগিছে যে তেওঁলোকে যদি মোক ঠগে?
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02243.wav
মই দুঃখিত যে মোৰ প্ৰিয় দলটোৱে আজি ভালদৰে খেলিব পৰা নাই।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03048.wav
এয়া যথেষ্ট হতাশাজনক। মই কোনোধৰণৰ মাচুলৰ বিষয়ে গম পোৱা নাছিলোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03375.wav
মোৰ আৰ্থিক অৱস্থাই মোৰ টেক্সৰ ওপৰত এনে প্ৰভাৱ পেলাব পাৰে বুলি মই আশা কৰা নাছিলোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01486.wav
চাইবাৰ অপৰাধীয়ে মানুহবোৰ আৰু তেওঁলোকৰ ব্যক্তিগত তথ্য শোষণ কৰিবলৈ ব্যৱহাৰ কৰা অশিষ্ট কৌশলবোৰক লৈ মই বিৰক্ত হওঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00096.wav
মই শিশুটিৰ ফালে আচৰিত হৈ চাইছিলো যেতিয়া তাই মঞ্চত উচ্চ স্বৰেৰে কৰ্ণাটকী সংগীত গাইছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03569.wav
নিজৰ প্ৰিয় খেলুৱৈগৰাকীয়ে হেট্ৰিক কৰা দেখি টম আনন্দত উজলি উঠিছিল
Not supported with pagination yet
wavs-20k/ASM_M_EXP_01453.wav
ইচ, মই নলাৰ পৰা বলটো উঠাবলৈ নাযাও দেই। ইমান বেয়া গোন্ধায়।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03450.wav
আপুনি মোৰ নিজৰ ব্যৱসায়ৰ বিনিময়ত ইয়াত এখন ষ্টল দিবলৈ মোৰ পৰা অনুমতি লোৱাৰ কথা ভবা দেখি মই খুব আচৰিত হৈছোঁ। (দোকানী)
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02276.wav
আমাৰ অতীতৰ এনে এক গুৰুত্বপূৰ্ণ অংশ হেৰুওৱাটো সঁচাকৈয়ে বৰ দুখলগা কথা।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00412.wav
এইটো বৰ দুখ লগা আছিল যে আমাৰ কুকুৰজনীয়ে তাই মৰাৰ আগতে মোৰ দেউতাই ঘৰলৈ আহি তাইক এবাৰ চোৱালৈ ৰৈ আছিল।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02713.wav
আজিৰ পৰীক্ষাটো লিখিবলৈ মোৰ একেবাৰে মন নাই। যদি মই পাছ নকৰো তেন্তে কি হ'ব?
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03812.wav
অ’ ভগৱান, আশা কৰিছো যে মোৰ গাড়ীৰ টেংকিৰ পেট্ৰ’ল শেষ হোৱাৰ আগতেই পৰৱৰ্তী পেট্ৰ’ল পাম্পটো গৈ পাম। নহ'লে মই মোৰ গাড়ীখন ইয়াতেই এৰি, মাজনিশা খোজ কাঢ়ি ঘৰলৈ যাব লাগিব।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02492.wav
যদি তুমি ব্ৰেকফাষ্ট নোখোৱাকৈ সাঁতুৰিবলৈ যোৱা, তেতিয়া এয়াই হ'ব। পিছৰবাৰ তুমি যদি ডুবিব নিবিচাৰা, তেন্তে সজাগ হ'বা আৰু অন্ততঃ এটা কল হ'লেও খাবা।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02014.wav
মই এনে এজন মেনেজাৰৰ লগত কাম কৰিবলৈ পাই ভাগ্যৱান যি নিজৰ টীমটোৰ উন্নতিৰ কথা বিশেষভাৱে চিন্তা কৰে।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03862.wav
আপোনাৰ কৰ্মচাৰীসকলৰ মংগলৰ বিষয়ে আপুনি অলপো চিন্তিত নহয় নেকি?
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00324.wav
মই এই চিৰস্থায়ী অন্ধকাৰত সূৰ্য্যৰ পোহৰৰ এক ৰেঙনি বিচাৰি আছোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_02209.wav
মই এই চহৰৰ প্ৰতিখন দোকানলৈ ফোন কৰি চাইছিলোঁ, কিন্তু তেওঁলোকৰ ওচৰত বিক্ৰীৰ বাবে কোনো ডিছৱাশ্বাৰ নাই।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_03544.wav
মই ভাবিছিলোঁ আপুনি বহু দূৰত ক'ৰবাত আছিল। আপুনি দেখোন সোঁফালৰ কোণটোৰ ঠিক ওচৰতে আছে (স্থানীয় লোক)
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00323.wav
মই মোৰ ছুইমিং ছ্যুটযোৰ লৈ গৈছিলো কিন্তু আমি থকাৰ গোটেই সময়ছোৱাত ঠিক-ঠাক কৰিবৰ বাবে হোটেলৰ পুলটো বন্ধ হৈ যোৱাত মই হতাশ হৈছিলোঁ।
Not supported with pagination yet
wavs-20k/ASM_M_EXP_00973.wav
মোৰ ল’ৰাটোৱে পইচা চম্ভালিবলৈ ভালদৰে নজনাকৈয়ে ডাঙৰ হোৱাৰ লগেলগে নিজৰ বেংক একাউণ্টটো নিয়ন্ত্ৰণ কৰিবলৈ পাব বুলি মোৰ বৰ চিন্তা হয়।
Not supported with pagination yet
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
32