audio
stringlengths
55
74
transcription
stringlengths
9
255
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03727|আমি
লটাৰীত জয়ী হোৱাৰ পাছত তেওঁলোকে আমাক যিমান বিচাৰো সিমান আইচক্ৰীম খাবলৈ দিলে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00721|টিকট
চেকাৰসকলৰ বাবে বাছ চালকজনৰ খং উঠিছিল যিয়ে বাছখন যোৱাত বাধা দিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03721|হুৰে
আমাৰ গ্ৰীষ্মকালীন ছুটী কাইলৈৰ পৰা আৰম্ভ হ’ব
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03053|কিতাপবোৰৰ
ওপৰত দিয়া ৰেহাই নিচেই সামান্য আৰু তেওঁলোকে যি ধৰণৰ আচৰণ কৰিছিল সেয়া অতি অসন্মানজনক। এই কথাটো মনত পৰিলে বেয়া লাগিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01573|মই
মোৰ ল'ৰাৰ গাড়ী চলোৱাৰ সামৰ্থ্য দেখি হতভম্ব হৈ পৰিছিলোঁ! সি সহায় নোলোৱাকৈ ১০০০ মাইলতকৈও বেছি গাড়ী চলাইছিল!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03783|কঁঠালটোৰ
গোন্ধটো বৰ ভাল আৰু মই তাৰ সোৱাদ ল’বলৈ ৰ'বই পৰা নাই
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02953|মোক
ভয় খুৱাই দিয়া সুৰক্ষা সমস্যাৰ বাবে মই মোৰ একাউণ্টটো বন্ধ কৰিবলৈ আহিছো (গ্ৰাহক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03619|যিসকল
মহিলাক পঢ়া-শুনা কৰা কাম কৰা বা স্বাধীন হোৱাৰ অনুমতি দিয়া নহয় তেওঁলোকৰ এয়া কেনে ধৰণৰ জীৱন?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03289|এই
সপ্তাহত ডিজেলৰ দাম পুনৰ বাঢ়িছে নেকি বাৰু?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02237|"লী
ছেড'লে """"গ'"""" নামৰ গে'মটোত কম্পিউটাৰে তেওঁৰ বিপক্ষে জিকাৰ পাছত গে'মটো খেলিবলৈ এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ এজন খুব ভাল খেলুৱৈ আছিল আৰু এতিয়া মই তেওঁৰ খেলবোৰ চাবলৈকে নাপাম।"
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00913|কৰ্পৰেটৰ
লাভ হ্ৰাস হোৱাটোৱে মোক বিশেষভাৱে উদ্বিগ্ন কৰি তুলিছে কিয়নো মই বোনাছ দিব লাগিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02356|আমাৰ
সম্পৰ্ক ইমানেই নিম্ন স্তৰ পাইছেগৈ যে যেতিয়াই মই আপোনাৰ ওচৰত থাকোঁ তেতিয়াই মই হতাশ হৈ পৰোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01933|হে'ৰা!
বাংগালোৰৰ পৰা চেন্নাইলৈ এটা ভ্ৰমণৰ বাবে বাছৰ টিকট বুক কৰোঁতে বিশ শতাংশ অফাৰ পোৱাৰ বাবে মোৰ খুব আনন্দ লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01298|বিতৰকসকলে
এই ম্যাদ উকলি যোৱা সামগ্ৰীসমূহ আমাৰ দোকানত মজুত কৰিবলৈ বিচৰাটো মোৰ বাবে বিৰক্তিকৰ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02050|মই
আপোনাক জনাবলৈ পাই সুখী হৈছো যে আপুনি বিজনেছ ক্লাছত ভ্ৰমণ কৰিব আৰু এই বিমানখন আপোনাৰ আগতে টিকট বুকিং কৰা অতিৰিক্ত বুকিং হোৱা বিমানখনৰ মাত্ৰ ১৫ মিনিটৰ পাছতে গৈ পাব। (বিমান কৰ্মচাৰী)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02225|এই
হোষ্টেলৰ মালিকবোৰে একেৰাহে ভাড়া বঢ়ায়েই আছে এইদৰে ভাড়া বাঢ়িলে মোৰ থাকিবলৈ সমস্যা হ'ব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01226|ব্যৱসায়ীসকলে
তেওঁলোকৰ দিবলগীয়া পৰিমাণটোৰ পৰা হাত সাৰিবলৈ যেনেদৰে কৰ ফাঁকিৰ অপব্যৱহাৰ কৰে সেয়া অতি দুখজনক।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02064|আপুনি
আমাৰ ৰেষ্টুৰেণ্টখন বাছনি কৰাত আমি আনন্দিত হৈছো। কেনেকুৱা লাগিল? (ৰেষ্টুৰেণ্ট মেনেজাৰ)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00417|মই
সঁচাকৈয়ে মোৰ হোটেলৰ ৰূমত এক সুন্দৰ আহাৰৰ বাবে ৰৈ আছিলো কিন্তু ৰূম ছাৰ্ভিছে উত্তৰ দিয়া নাই আৰু সেইটোৱে মোক হতাশ কৰিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03791|নতুন
স্পাইডাৰ-মেন চিনেমাখন চাইছানে? অহ বাহ টম হলণ্ডে যে তাত অসাধাৰণ অভিনয় কৰিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00428|লিভিং
ৰূমৰ বাবে ওচৰৰ শ্ব'ৰুমৰ পৰা এটা ধুনীয়া টিভি-ত মোৰ চকু পৰিছিল কিন্তু ৱাৰেণ্টিটো ভাল নহয় বুলি গম পোৱাৰ পিছত হতাশ হৈছিলো।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00078|মই
পিংক পেন্থাৰ চিনেমাখনত পিটাৰ চেলাৰ্ছক দেখি হাঁহি ৰখাব পৰা নাছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01504|মই
লাইফষ্টাইলৰ ক্লিয়াৰেন্স বিভাগত এটা পাৰ্টি ড্রেচত ৭৫ শতাংশ ৰেহাইৰ ইমান বঢ়িয়া ডীল এটা পাম বুলি আশা কৰা নাছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00043|মুম্বাইৰ
পথৰ খাদ্যবোৰ বৰ সুস্বাদু।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02848|আপুনি
বেয়া হোৱা খাদ্যখিনি খোৱাৰ পিছত দেখিবলৈ যেনেকুৱা হৈ পৰিছে তাক লৈ মই বিচলিত হৈ পৰিছোঁ। আপুনি ঠিকে আছে যেন মোৰ লগা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03036|মই
বিশ্বাসেই কৰিব পৰা নাই যে আপুনি মোক সুধিছে মই আজি কি কৰিব লাগে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01528|এই
গৰমৰ দিনবোৰত হিমালয়ৰ পাহাৰীয়া কেন্দ্রসমূহত হোৱা যানজঁটত মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছোঁ!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02330|পৰিয়ালৰ
মানুহে লগ হৈ পৰিচালনা কৰা কিছুমান ব্যৱসায়ৰ কথা ভাবি মোৰ বৰ বেয়া লাগে কাৰণ তেওঁলোকে বহুতো শাখা থকা দোকানবোৰৰ সৈতে মোকাবিলা কৰিব নোৱাৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03129|এই
ছফ্টৱেৰটোৰ মানদণ্ড দেখি মই বিৰক্ত হৈ পৰিছো কাৰণ প্ৰতিবাৰেই মই চলালেই ই ক্ৰেশ্ব হৈ পৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03282|এইবাৰ
মই আনকি এক মিনিটো ৰ'বলগীয়া হোৱা নাই। মোৰ ৰাইড বুকিং যে ইমান সোনকালে কনফাৰ্ম হৈ গ'ল!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01915|তুমিয়েই
মোৰ চেম্পিয়ন আছিলা! তোমাৰ অবিহনে মই যে এই কামটো কৰিবই নোৱাৰিলোঁহেঁতেন।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01442|নাৰ্ছ
গৰাকীয়ে বেজীটো সলনি কৰিবলৈ পাহৰি গ'ল আৰু সেই একেটা বেজীকে পিছৰজন ৰোগীকো দিলে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02865|যদি
আমি চুৰি হোৱা সামগ্ৰীবোৰ ঘূৰাই নাপাওঁ তেন্তে মোৰ ছোৱালীজনীক বিয়া দিয়াত বিপদ হ’ব। (নাগৰিক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03340|মই
জানি আচৰিত হৈছো যে মোৰ ভাইটিয়ে ইমান দিন ধৰি কোনেও নজনাকৈ আমাৰ অসুস্থ মা-দেউতাৰ চোৱাচিতা কৰি আহিছে। কি যে এক স্বাৰ্থহীন কাম এয়া।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02196|মোৰ
ষ্টকবোৰৰ মূল্য বহুত তললৈ নমা দেখি মই বৰ হতাশ হৈ পৰিছোঁ। এই বিনিয়োগৰ ওপৰতে মই আশা কৰি আছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02653|আমি
৫জনে স্কুল বাছখন ধৰিব নোৱাৰাৰ পাছত স্কুললৈ এঘণ্টা পলমকৈ অহাত অধ্যক্ষজনৰ খং উঠিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03338|হে
ভগৱান! সেইটো অৱস্থাৰ কাৰণে মই বিপদত পৰিম বুলি ভবাই নাছিলোঁ। এইটো মোক কৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ ডাক্তৰ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02219|মই
শুনি দুখ পাইছো যে বহুতো লোক চাইবাৰ আক্ৰমণৰ বলি হৈছে আৰু তেওঁলোকৰ ব্যক্তিগত তথ্য হেৰুৱাইছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02634|আপুনি
এই ব্যঞ্জনটোত জলকীয়া পাউডাৰ খুব বেছিকৈ দিছিল আৰু মোৰ ব্লাড প্ৰেছাৰ বাঢ়ি গৈছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03249|ধনী
মধ্যভোগীসকলে কৃষকসকলক শোষণ কৰি আছে আৰু ভাল ভাৰতীয়সকলে সেয়া ভুলকৈ সমৰ্থন কৰি আছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02460|যোৱা
৫ দিন আপুনি কিয় অফিচলৈ অহা নাছিল? আপুনি ভাবিছে নেকি যে আপুনি যেতিয়াই মন যাব তেতিয়াই সোমাই আহিব আৰু ইচ্ছামতে ওলাই যাব?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02004|মই
থাকিবলৈ এখন খুব ধুনীয়া হোটেল বিচাৰি পাইছোঁ যিখন চাবলগীয়া ঠাইবোৰৰ ওচৰতে আৰু ইয়াৰ দামবোৰো ভাল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03523|গেংটকৰ
দৰে পৰ্যটনস্থলী এখনত যান-বাহনৰ চলাচল যে কিমান সুশৃংখলিত আছিল তাকে দেখি মই আচৰিত হৈছিলোঁ
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01954|শুনি
বৰ ভাল লাগিল! মই বিশেষভাৱে এখন আৰামদায়ক ছোফা আৰু পঢ়িবৰ বাবে এখন টেবুল বিচাৰি উলিওৱাত আগ্ৰহী।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01492|এই
ছাৰ্টৰ ডিজাইনটো ইমান ভয়ংকৰ যে মই এইটো জীৱনত কেতিয়াও পিন্ধিব নোৱাৰিম।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01570|মোৰ
আগৰ বিফলতাবোৰে মোৰ মানসিক চাপ কেনেদৰে বঢ়াইছিল সেয়া দেখাত বৰ আচৰিত যেন লাগে। কাউন্সেলিঙে ইয়াৰ পৰা ওলাই অহাত সহায় কৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02217|মা-দেউতা
ঢুকুৱাৰ পিছৰে পৰা মোৰ তেওঁলোকলৈ বৰ মনত পৰে। তেওঁলোক আছিল কোনোবাই বিচাৰিব পৰা আটাইতকৈ ভাল মাক-দেউতাক ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03377|আমাৰ
ইনকম ষ্টেটমেণ্টত প্ৰতিফলিত হোৱা পৰিমাণটোৱে মোক সম্পূৰ্ণৰূপে আচৰিত কৰি তুলিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02691|তুমি
লিখা উত্তৰবোৰ এবাৰ পঢ়ি চাইছিলানে? সেইবোৰ চাই মোৰ মূৰৰ বিষহে হৈছে (শিক্ষক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02340|‘আদিপুৰুষ’
চিনেমাখনৰ টিকট কিনাৰ পিছত পৰিয়ালৰ মানুহে সেইখন চোৱাৰ সময়ত তোমাক গালি-গালাজ পাৰিব। তোমালৈ মোৰ বেয়াই লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02845|মই
কেৱল এই বিফল হোৱা প্ৰকল্পটোৰ কথা ভাবিয়েই কেইবাটাও ৰাতি টোপনি নোযোৱাকৈ পাৰ কৰিছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02887|দোকানীজনে
ছান ফ্ৰাঞ্চিস্কোত চোৰকেইটাক ৰখোৱা নাছিল কাৰণ সিহঁতে প্ৰতিশোধ ল’ব বুলি তেওঁ ভয় খাইছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00401|এইটো
উইকেণ্ডত মোৰ আলহীকেইগৰাকীৰ কাৰণে কেইখনমান অতিৰিক্ত বাতৰি কাকত পাম বুলি মই আশা কৰিছিলোঁ কিন্তু আপুনি যিহেতু গুচি গ’ল এতিয়া আৰু সেইটো সম্ভৱ নহ’ব যেন লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03163|মই
মোৰ নাকটো নঢকাকৈ পাল্লিকাৰনাইৰ জাবৰ পেলোৱা ঠাইৰ কাষেৰে গাড়ী চলাই যাব নোৱাৰোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02942|মোৰ
সাঁচতীয়া পইচাখিনি মই ভবাৰ দৰে ইমান দিন নাথাকিব বুলি মোৰ বৰ চিন্তা হৈছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03038|কলাৰ
প্ৰতি থকা আপোনাৰ ঠেক মনোভাৱে এই কামবোৰৰ আঁৰত থকা সৃষ্টিশীলতা আৰু উদ্ভাৱনক চিনি পোৱাত বাধা দিয়ে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01941|এয়া
খুব ভাল লগা কথা! মই মোৰ ঘৰৰ ওচৰতে গাড়ী ধোৱা ঠাই বিচাৰিয়েই আছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03743|আজি
তাই স্কুলত উকুলেলে বজাইছিল আৰু সকলোৱে তাইক প্ৰশংসা কৰিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03675|মোৰ
ছাত্ৰজনে মোৰ বিষয়ে ছ’চিয়েল মিডিয়াত এটা সুন্দৰ লেখা লিখিলে বুলি অভিনন্দন জনাবলৈ আপুনি ফোন কৰিছে? ৱাহ মই সেই বিষয়ে একো গমেই পোৱা নাছিলো
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03286|হেই
বঢ়িয়া! মই কেতিয়াও ভবাই নাছিলো যে আপুনি এইটো ৰঙৰ বাইক এখন কিনিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03055|ঠিকনাটোৰ
সঠিক ঠাইখিনি বিচাৰি পোৱাত কেব ড্ৰাইভাৰজনৰ খেলিমেলিয়ে যাত্ৰাটো কিবা বেয়া লগা ধৰণৰ আৰু আমনিদায়ক কৰি তুলিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02910|যেতিয়াই
মই আয়কৰ অফিচৰ পৰা ইমেইল বা কিবা পত্ৰ পাওঁ মোৰ কলিজাখন জোৰকৈ ধপধপাবলৈ ধৰে এইটো ভাবি যে তেওঁলোকে হয়তো অধিক ধন বিচাৰিব
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00012|মোৰ
ক্ৰেডিট কাৰ্ডখনত সুতৰ হাৰ কম কৰাক লৈ কৰা আলোচনা সফল হোৱাত মোৰ খুব ভাল লাগিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00341|ৰাজহুৱা
শৌচাগাৰবোৰ লেতেৰা আৰু বেয়াকৈ ৰখা হৈছিল যি অসন্তোষজনক আছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03342|এ.আই.
কিমান উন্নত হৈ পৰিছে তাক দেখি মই আচৰিত হৈছিলো। এই ক্ষেত্ৰখনৰ অগ্ৰগতি অবিশ্বাস্য গতিত চলি আছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02189|মা
আজি কামাক্ষী মেমে মই শাৰীত ভালদৰে থিয় হৈ নথকাৰ বাবে মোক ৫ ৰাউণ্ড দৌৰিবলৈ বাধ্য কৰাইছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00722|মই
বিশ্বাস কৰিব পৰা নাই যে ইমান ডাঙৰ এখন দোকানে তেওঁলোকৰ নিজৰে পাৰ্কিং কৰা ঠাইখিনিত পাৰ্ক কৰিবলৈ তেওঁলোকৰ গ্ৰাহকসকলে পইচা দিয়াটো বিচাৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03566|নিজৰ
দলটোৱে নতুন অভিলেখ গঢ়া দেখি লক্ষ্মী অতি আনন্দিত হৈ পৰিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03288|মই
কেতিয়াও কল্পনাই কৰা নাছিলো যে মোৰ ক্ৰেডিট কাৰ্ডখনে এই লাউঞ্জত কাম কৰিব!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02881|ইচ..
মই মোৰ দলটোক তেওঁলোকৰ বোনাছ কমাই দিয়া হ’ব বুলি খবৰটো কেনেকৈ দিওঁ বাৰু? তেওঁলোকে এৰি যাবও পাৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02725|তেওঁক
ফোনটো নিদিব। যদি তেওঁ মোৰ ধেমেলীয়া ভিডিঅ' এটা ৰেকৰ্ড কৰে তেতিয়া মই মোৰ সকলো ফল'ৱাৰকে হেৰুৱাব পাৰোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03525|এইখন
স্কুলত যোগদান কৰাৰ সুযোগটো তেতিয়া আহিছিল যেতিয়া মই এয়া একেবাৰে আশা কৰা নাছিলোঁ আৰু আন সকলো ভাল স্কুলে প্ৰত্যাখ্যান কৰিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02211|মই
এই কলটো কালি কিনিছিলোঁ কিন্তু এইটো ইতিমধ্যে গেলিলেই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02814|মোৰ
ৰে'লৰ টিকটৰ বুকিঙক লৈ মই উদ্বিগ্ন হৈ আছো কাৰণ এইটো এতিয়াও ৱে'টিং লিষ্টত আছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02801|আকৰ্ষণীয়ভাৱে
ডিজাইন কৰা আমাৰ ফৰ্মাইচী কে'কটোৰ জৰিয়তে ভয়ৰ সোৱাদ অনুভৱ কৰক।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03353|মই
কেতিয়াও ভবাই নাছিলো যে মোৰ কোম্পানীটোৱে মোৰ লেপটপটো ইমান সোনকালে সলাই দিব!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00046|কাষৰ
মিঠাইৰ দোকানখনৰ পৰা অহা চিঙৰাৰ গোন্ধটো বৰ বঢ়িয়া দেই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00652|চৰকাৰী
কাৰ্য্যালয়সমূহে দিয়া অত্যাৱশ্যকীয় সেৱাৰ গুণগত মান কমি যোৱাত মই সঁচাকৈয়ে বিৰক্ত হৈছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01192|ওহোঁ!
মই বাছত স্কুললৈ গৈ ভাল নাপাও মা। ল'ৰা-ছোৱালীবোৰে মোক জোকায়।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02818|কিতাপখন
আগতীয়াকৈ অৰ্ডাৰ দি মোৰ চিন্তাহে লাগিছে যে তেওঁলোকে যদি মোক ঠগে?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02243|মই
দুঃখিত যে মোৰ প্ৰিয় দলটোৱে আজি ভালদৰে খেলিব পৰা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03048|এয়া
যথেষ্ট হতাশাজনক। মই কোনোধৰণৰ মাচুলৰ বিষয়ে গম পোৱা নাছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03375|মোৰ
আৰ্থিক অৱস্থাই মোৰ টেক্সৰ ওপৰত এনে প্ৰভাৱ পেলাব পাৰে বুলি মই আশা কৰা নাছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01486|চাইবাৰ
অপৰাধীয়ে মানুহবোৰ আৰু তেওঁলোকৰ ব্যক্তিগত তথ্য শোষণ কৰিবলৈ ব্যৱহাৰ কৰা অশিষ্ট কৌশলবোৰক লৈ মই বিৰক্ত হওঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00096|মই
শিশুটিৰ ফালে আচৰিত হৈ চাইছিলো যেতিয়া তাই মঞ্চত উচ্চ স্বৰেৰে কৰ্ণাটকী সংগীত গাইছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03569|নিজৰ
প্ৰিয় খেলুৱৈগৰাকীয়ে হেট্ৰিক কৰা দেখি টম আনন্দত উজলি উঠিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01453|ইচ
মই নলাৰ পৰা বলটো উঠাবলৈ নাযাও দেই। ইমান বেয়া গোন্ধায়।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03450|আপুনি
মোৰ নিজৰ ব্যৱসায়ৰ বিনিময়ত ইয়াত এখন ষ্টল দিবলৈ মোৰ পৰা অনুমতি লোৱাৰ কথা ভবা দেখি মই খুব আচৰিত হৈছোঁ। (দোকানী)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02276|আমাৰ
অতীতৰ এনে এক গুৰুত্বপূৰ্ণ অংশ হেৰুওৱাটো সঁচাকৈয়ে বৰ দুখলগা কথা।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00412|এইটো
বৰ দুখ লগা আছিল যে আমাৰ কুকুৰজনীয়ে তাই মৰাৰ আগতে মোৰ দেউতাই ঘৰলৈ আহি তাইক এবাৰ চোৱালৈ ৰৈ আছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02713|আজিৰ
পৰীক্ষাটো লিখিবলৈ মোৰ একেবাৰে মন নাই। যদি মই পাছ নকৰো তেন্তে কি হ'ব?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03812|অ’
ভগৱান আশা কৰিছো যে মোৰ গাড়ীৰ টেংকিৰ পেট্ৰ’ল শেষ হোৱাৰ আগতেই পৰৱৰ্তী পেট্ৰ’ল পাম্পটো গৈ পাম। নহ'লে মই মোৰ গাড়ীখন ইয়াতেই এৰি মাজনিশা খোজ কাঢ়ি ঘৰলৈ যাব লাগিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02492|যদি
তুমি ব্ৰেকফাষ্ট নোখোৱাকৈ সাঁতুৰিবলৈ যোৱা তেতিয়া এয়াই হ'ব। পিছৰবাৰ তুমি যদি ডুবিব নিবিচাৰা তেন্তে সজাগ হ'বা আৰু অন্ততঃ এটা কল হ'লেও খাবা।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02014|মই
এনে এজন মেনেজাৰৰ লগত কাম কৰিবলৈ পাই ভাগ্যৱান যি নিজৰ টীমটোৰ উন্নতিৰ কথা বিশেষভাৱে চিন্তা কৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03862|আপোনাৰ
কৰ্মচাৰীসকলৰ মংগলৰ বিষয়ে আপুনি অলপো চিন্তিত নহয় নেকি?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00324|মই
এই চিৰস্থায়ী অন্ধকাৰত সূৰ্য্যৰ পোহৰৰ এক ৰেঙনি বিচাৰি আছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02209|মই
এই চহৰৰ প্ৰতিখন দোকানলৈ ফোন কৰি চাইছিলোঁ কিন্তু তেওঁলোকৰ ওচৰত বিক্ৰীৰ বাবে কোনো ডিছৱাশ্বাৰ নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03544|মই
ভাবিছিলোঁ আপুনি বহু দূৰত ক'ৰবাত আছিল। আপুনি দেখোন সোঁফালৰ কোণটোৰ ঠিক ওচৰতে আছে (স্থানীয় লোক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00323|মই
মোৰ ছুইমিং ছ্যুটযোৰ লৈ গৈছিলো কিন্তু আমি থকাৰ গোটেই সময়ছোৱাত ঠিক-ঠাক কৰিবৰ বাবে হোটেলৰ পুলটো বন্ধ হৈ যোৱাত মই হতাশ হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00973|মোৰ
ল’ৰাটোৱে পইচা চম্ভালিবলৈ ভালদৰে নজনাকৈয়ে ডাঙৰ হোৱাৰ লগেলগে নিজৰ বেংক একাউণ্টটো নিয়ন্ত্ৰণ কৰিবলৈ পাব বুলি মোৰ বৰ চিন্তা হয়।
README.md exists but content is empty.
Downloads last month
37